প্ৰকল্প সমূহ
-
আহি থকা প্ৰকল্প সমূহঃ-
- নাগালেণ্ড ৰাজ্যিক মহিলা কমিচনৰ দ্বাৰা নাগালেণ্ডত মহিলাক সবলী কৰণ
- মণিপুৰত আইন বিভাগে মহিলা সংক্ৰান্তিয় আইন সমূহ অনুবাদ কৰি আছে।
- ত্ৰিপুৰাৰ চৰকাৰী আইন মহাবিদ্যালয়ে আইনী সাহায়্য চিকিত্সালয়ৰ প্ৰস্তাৱ দি থৈছে
- “ আইনেৰ শক্তি” নামেৰে ত্ৰিপুৰাৰ প্ৰচাৰ ভাৰতীয়ে প্ৰস্তাৱ দিয়ে থৈছে।
- উত্তৰ-পূৰ্ব্বাঞ্চলৰ গাওঁ সভা আৰু গাওঁ বুঢ়া বিলাকক আইনী দিশত শক্তিশালী কৰাৰ প্ৰস্তাৱটো NIRD য়ে দিয়েই থৈছে।