মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিধায়িনী অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী

ৱেবছাইটৰ তথ্য পৰিচালক

এই ৱেবছাইটটোত থকা বিষয়বস্তু আমি পাইছো সমগ্ৰ সঞ্চালকালয়ৰ সহযোগিতা বিশেষকৈ সঞ্চালকালয়ৰ বিষয়বস্তু প্ৰৱন্ধকৰ পদবীত অধিসষ্ঠিত ব্যক্তিগৰাকীৰ প্ৰচেষ্টাৰ ফলস্বৰূপে। বিষয়বস্তু দায়িত্ব মেট্ৰিক্সৰ অনুসাৰে বিষয়বস্তু প্ৰৱন্ধকৰ পদবীধাৰীয়ে সঞ্চালকালয়ৰ অধিসূচী অনুযায়ী বিষয়বস্তু প্ৰস্তুত কৰে। আমাৰ মুখ্য উদ্দেশ্য হৈছে অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণ বিভাগৰ বিশ্বাসযোগ্য, ব্যাপক, সঠিক তথ্য আৰু সেৱা যোগান ধৰা বা প্ৰদান কৰা।

আমাৰ প্ৰচেষ্টা নিয়মিত ৰূপত বিষয়বস্তু কভাৰেজ, ডিজাইন, আৰু প্ৰযুক্তিৰে যাতে ৱেবছাইটটো ব্যাপক আৰু সমৃদ্ধ কৰি ৰাখিব পাৰো। কিবা আসোঁৱহ থাকিলে অনুগ্ৰহ কৰি আমাক জনাব। তলত আমাৰ ঠিকনা দিয়া হল-

শ্ৰী সত্য নাথ শৰ্মা
সদস্য সচিব
ই-মেইল: memsecy.aslsa@assam.gov.in
দুৰভাষ: ০৩৬১-২৭৩১১৫৮
ফেক্স:

ঠিকনা:

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিলগত, নতুন ব্লক, গুৱাহাটী - ৭৮১০০১