মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিধায়িনী অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী

প্ৰকল্প সমূহ

  • আহি থকা প্ৰকল্প সমূহঃ-

    • নাগালেণ্ড ৰাজ্যিক মহিলা কমিচনৰ দ্বাৰা নাগালেণ্ডত মহিলাক সবলী কৰণ
    • মণিপুৰত আইন বিভাগে মহিলা সংক্ৰান্তিয় আইন সমূহ অনুবাদ কৰি আছে।
    • ত্ৰিপুৰাৰ চৰকাৰী আইন মহাবিদ্যালয়ে আইনী সাহায়্য চিকিত্সালয়ৰ প্ৰস্তাৱ দি থৈছে
    • “ আইনেৰ শক্তি” নামেৰে ত্ৰিপুৰাৰ প্ৰচাৰ ভাৰতীয়ে প্ৰস্তাৱ দিয়ে থৈছে।
    • উত্তৰ-পূৰ্ব্বাঞ্চলৰ গাওঁ সভা আৰু গাওঁ বুঢ়া বিলাকক আইনী দিশত শক্তিশালী কৰাৰ প্ৰস্তাৱটো NIRD য়ে দিয়েই থৈছে।