মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিধায়িনী অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী

উদ্দেশ্য

  • এই প্ৰকল্পৰ উদ্দেশ্যসমূহ নিম্নলিখিত ধৰণৰঃ-

    • সমাজৰ উপান্ত আৰু নিম্নশ্ৰেণীৰ লোক, বিশেষকৈ মহিলা, শিশু, অনুসূচীত জাতি, জনজাতীয় লোক যি বিলাকৰ অধিকাৰ সুৰক্ষিত হোৱা বুলি জানিবলৈ পৰ্য্যান্ত উপায় নাই, তেনে লোকৰ আইনী সাহায্যৰ বাবে কৌশল প্ৰয়োগ কৰা
    • মানুহক সেৱা আগবঢ়োৱা জোখেৰে তেওঁলোকৰ সক্ষমতা বৃদ্ধি কৰিবলৈ ন্যায় প্ৰদানত সহায়তা কৰা আৰু সধাৰণ শ্ৰেণীৰ মানুহখিনিক তেওঁলোকক উন্নত সেৱা কৰা আৰু তেওঁলোকৰ অধিকাৰ পাবলৈ যোগ্যবান কৰা।
    • সমাজৰ নিম্ন শ্ৰেনীৰ লোকসকলৰ মাজত আইনী সজাগতা বৃদ্ধি কৰিবলৈ আৰু তেওঁলোকক প্ৰতিকাৰ ব্যৱস্থা বিচাৰিবলৈ সক্ষম কৰাৰ বাবে নতুন উদ্ভাৱনত সহায় কৰা
    • ন খন প্ৰকল্পভূক্ত ৰাজ্যৰ উপান্ত মানুহখ নিক আইনীভাবে শক্তিশালী কৰা আৰু আইনী সাহায্য দিয়া কাৰ্য্যত আইন সেৱা প্ৰাধিকাৰীক সহায় কৰা