মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিধায়িনী অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী

ভূমিকা

  • দ্বাদশ পাচঁ বছৰীয়া পৰিকল্পনাৰ অধীনত ভাৰত চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰালয়ৰ অধীনস্থ ন্যায় বিভাগে ‘ উত্তৰ- পূৰ্বাঞ্চলৰ ৰাজ্য সমূহ আৰু জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ ন্যায় ব্যৱস্থাত প্ৰৱেশৰ আচঁনি(Access to justice in North Eastern States and Jammu and Kashmir) নামৰ এখন আচঁনি কাৰ্য্যকৰী কৰিছে। এই আচঁনিখন ৩০ কৌটি টকা ব্যয় কৰি ২০১২-২০১৭ কালছোৱাত আঠখন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য, যেনে, অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা আৰু জম্মু আৰু কাশ্মীৰ প্ৰৱৰ্ত্তন কৰিবলৈ ওলাইছে।