মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিধায়িনী অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী

উদ্দেশ্য

  • এই খন আচঁনিৰ লক্ষ্য হৈছে, প্ৰাকৃতিক আৰু মানৱ সৃষ্ট দুৰ্য্যোগৰ বলি হোৱা মানুহখিনি, যিখিনি মানুহে অনাকাংখিত ভাৱে সামূহিক দুৰ্য্যোগৰ বলি নৃ গোষ্টীয় অত্যাচাৰ, জাতিগত অত্যাচাৰ, বানপানী, খৰাং, ভূমিকম্প বা ঔদ্যোগিক দুৰ্ভাগ্যৰ বলি হয় তেনে লোকলৈ আইনী সেৱা আগবঢ়োৱা। আইনী সেৱা প্ৰাধিকাৰীৰ এনে ক্ষেত্ৰত মধ্যস্থতা কৰাৰ উদ্দেশ্য হব লাগে, চৰকাৰ আৰু দুৰ্য্যোগ পৰিচালনা প্ৰাধিকাৰীয়ে হাতত লোৱা বিঘিনি উপশমৰ কাল অৱনমন কৰা আৰু সোনকালে এই বিঘিনি বিলাক অৱনমন কৰা আৰু সোনকালে এই বিঘিনি বিলাক নিৰাময় কৰি উন্নয়নৰ মঞ্চ সৃষ্টিৰ বাবে সংযুক্ত, কৌশলী আৰু বহনক্ষম উন্নয়নৰ ব্যৱস্থা লোৱা। ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণে দিয়া হেচাঁৰ কাৰণটো হৈছে সকলো স্তৰত দুৰ্যোগ মোকবিলা কৰিব পৰাৰ জোখেৰে দুৰ্যোগৰ বলি হোৱা মানুখিনিৰ সামৰ্থ্যক শক্তিশালী কৰি তোলা লগতে চৰকাৰী বিভাগা আৰু বেচৰকাৰী সন্থা সমূহৰ লগত সমন্বয় স্থাপন কৰি দুৰ্যোগৰ বলি হোৱা সকললৈ আইনী সহায় আগবঢ়োৱা।