মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিধায়িনী অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী

কৰ্ম আৰু লক্ষ্য

প্ৰাধিকাৰীৰ কৰ্ম আৰু লক্ষ্য সমূহ হলঃ-

  • সমাজৰ দুৰ্বল শ্ৰেণীটোক বিনামূলীয়া আইন সেৱা প্ৰদান কৰা
  • সুস্থিৰ ভাৱে বিবাদ নিষ্পটি কৰিবলৈ লোক আদালত অনুস্থিত কৰা
  • ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দ্দেশ আৰু নীতি সমূহ কাৰ্য্যকৰী কৰা
  • ৰাজ্যত লোক আদালত অনুস্থিত কৰি মানুহক বিনামূলীয়া আইন সেৱা প্ৰদান কৰা
  • জিলাত আইনী সেৱা আঁচনিখন কাৰ্য্যকৰী কৰা(জিলা আইনী সেৱা প্ৰাধিকাৰীৰ দ্বাৰা)