প্ৰাধিকাৰীৰ কৰ্ম আৰু লক্ষ্য সমূহ হ’লঃ-
- সমাজৰ দুৰ্বল শ্ৰেণীটোক বিনামূলীয়া আইন সেৱা প্ৰদান কৰা
- সুস্থিৰ ভাৱে বিবাদ নিষ্পটি কৰিবলৈ লোক আদালত অনুস্থিত কৰা
- ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দ্দেশ আৰু নীতি সমূহ কাৰ্য্যকৰী কৰা
- ৰাজ্যত লোক আদালত অনুস্থিত কৰি মানুহক বিনামূলীয়া আইন সেৱা প্ৰদান কৰা
- জিলাত আইনী সেৱা আঁচনিখন কাৰ্য্যকৰী কৰা(জিলা আইনী সেৱা প্ৰাধিকাৰীৰ দ্বাৰা)